Monthly Archives: October 2014

শিক্ষা

[ লেখিকা: প্ৰীতি দেৱী বৰুৱা ] আবেলি চাহ্কাপ পৰিণীতা ফুকনে সদায় অকলেই খাবলগীয়া হয় ৷ কাৰণ গিৰীয়েক অৰৱিন্দ ফুকন অফিচৰপৰা দেৰিকৈ ওভতে ৷ পুত্ৰ আৰু জীয়াৰী উচ্চ শিক্ষাৰ বাবে দূৰৈত থাকে ৷ ঘৰৰ আগফালে ৰাস্তাৰ মানুহ চাই চাই চাহ খোৱাটো পৰিণীতা ফুকনৰ অভ্যাস ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ৷ অন্য দিনাৰ দৰে আজিও পৰিণীতাই হাতত চাহ কাপ লৈ বাৰাণ্ডাৰ চকীখনত… Read more →

বিশ্বাসঘাতকতা

[ লেখক: ভাস্কৰ চৌধুৰী ] হৃদয় চকল চকলকৈ মাটিৰ চপৰাৰ দৰে খহে দুখৰ উত্তপ্ত শিখাত কলিজা মাজ নিশা দহে৷ সপোনবোৰ ভাগে… যদিও শব্দ নহয়, তুমি আৰু মোৰ নহয়… বাস্তৱে চিঞৰি চিঞৰি কয়৷ তুমি হয়তো আছিলা মোৰ বাবে এক জোনাকৰ অভিশাপ বুজাটো সহজ নহয় ইমান ভগ্ন হৃদয়ৰ কৰুণ বিলাপ৷ নিঃশব্দতাৰ ভাষা যদিহে বুজিব পাৰা তুমি এদিনাখন বুজিবা মোৰ বেদনা, সেইদিনা তোমাৰ… Read more →

উলমি থকা পকা ফল এটা

[ লেখক: কমল কুমাৰ তাঁতী ] উলমি থকা পকা ফল এটা আঙুলিৰে টুকুৰিয়াই চালোঁ ৰসাল সুগোল ফলটো উলমি আছিল গছডালত নে তেজৰঙা পাৰীৰ শাৰী পিন্ধা ঝুমুৰ নচা ছোৱালীবোৰৰ কলিজাৰ কোনোবা এটা কোণত? মোৰ মনত পৰে সৌ তাহানিতে কাৰ্বি বুঢ়াজনে সোধা প্ৰশ্নটোৰ কথা ‘‘সুখ পায় ক’ত অ’, কেনেকৈ পায়?’’ উলমি থকা ফলটো ছিঙি কাটি মোহাৰি খাই পেলোৱাত সুখ নে উলমি থকা… Read more →

পৰাৰ্থপৰতা

 [ লেখক: দেৱব্ৰত দাস ] এক এই ৰচনাখনৰ প্ৰথম অংশটোত যিটো সঁচা ঘটনাৰ অৱতাৰণা কৰা হ’ব সেইটো মোৰ এটা প্ৰিয় ঘটনা ৷ এইটোৰ সম্ভেদ পাইছিলোঁ ইণ্টাৰনেটৰ জৰিয়তে মোৰ এজন বন্ধুৰ সৌজন্যত ৷ ঘটনাটো মই ইতিমধ্যে স্থানান্তৰত এখন আপেক্ষিকভাৱে কম জনপ্ৰিয় কাকতত লিখিছিলোঁ যদিও মই ইয়াত আজি পুনৰোল্লেখ কৰিব ওলাইছোঁ, কাৰণ মোৰ আন্তৰিক ইচ্ছা যাতে বেছিতকৈও বেছি পাঠক ঘটনাটোৰ বিষয়ে অৱগত… Read more →

MOSAIC

[ Author: Kautilya Basumatary ] The Tata Institute of Social Sciences, located in Mumbai, Maharashtra has been the pioneer of Social Work education in India that was founded in the year 1936. This was marked by the celebration of it’s Platinum Jubilee in the month of December, 2011. The Institute is known not only for Social Work education but also… Read more →

Acting in Shanghai

[ Author: Kenny Basumatary ] A brief intro to start with: I played ASP Dileep Chaliha in Dibakar Banerjee’s Shanghai. I’m the cop at the inquiry commission hearing who wipes his face with a hanky on being questioned by Abhay Deol’s character. I’ve also written a novel, Chocolate_Guitar_Momos, which has been well received and has so far sold 4500+ copies.… Read more →

The Assamese security guards in Mumbai

[ Author: Pranab Jyoti Bhuyan ] It is perhaps beyond doubt that a majority of the Assamese residents of Mumbai is either from oil or music background, who have been earning name and fame in their respective fields through their dedication and hard work. However, a large number of Assamese youths are also working as security guards in various industries… Read more →