Monthly Archives: April 2015

মুম্বাই

        [Writer: DEEPEN RAJKONWAR] মুম্বাই… বম বাহিয়া… ব’ম্বে… আকৌ মুম্বাই৷ এখনি প্ৰাচীন অথচ আধুনিক মহানগৰ ৷  ভাৰতৰ বাণিজ্যিক    ৰাজধানী মুম্বাই দেশৰ পশ্চিমত আৰব সাগৰৰ পাৰত অৱস্থিত ৷  পৃথিৱীৰ ভিতৰতে ই অন্যতম ঘন জনবসতিপূৰ্ণ মহানগৰ ৷  প্ৰকৃততে মুম্বাই হৈছে সাতটা দ্বীপৰ সমষ্টি ৷  সেইকেইটা হৈছে ক’লাবা, ক্ষুদ্ৰ ক’লাবা, মাজাগাঁও, পাৰেল, ৱৰ্লী, মাহিম আৰু মাতুংগা চায়ন (Colaba, Old… Read more →

Transforming the future by empowering women

      [Writer: Radha Sinha]     Transforming the future by empowering women  In Assam, women are traditionally hard-working, doing work on the farm, cooking for the family, processing the foods, weaving the cloth, caring for the animals and many other works. The school and college education being provided to them leaves them with  little or no time for… Read more →

My tryst with a riverine land called Majuli and her Mising children

      [Writer: MAUSUMI CHETIA]     My tryst with a riverine land called Majuli and her Mising children   DISCLAIMER: Dear readers, kindly note to have leisure and interest in reading the following. Sincere apologies for the length, blame it on the subject.   Most gladly and instantly I agreed, to share my experiences of Majuli island and… Read more →

নাৰী আৰু বিনিয়োগ

      [লেখক: ধীৰাশ্ৰী দেৱী চৌধুৰী]   নাৰী আৰু বিনিয়োগ   আমি সততে নাৰী সকলৰ বিৰুদ্ধে পুৰুষৰ প্ৰায়ে এটি অভিযোগ শুনা যায় যে ,” পইচাৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে নাৰী”।কিন্ত আজিৰ একবিংশ শতিকাৰ নাৰী সকল পুৰুষৰ সমানে বিনিয়োগৰ ক্ষেত্ৰত দায়িত্বশীল । আজিৰ নাৰী কেৱল ঘৰুৱা কাম কাজৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই । তেওঁলোকে নিজৰ ঘৰ সংসাৰ সম্ভালাৰ পৰা আৰম্ভ… Read more →

বয়সক ধৰি ৰখাৰ যাদু

      [ লেখক: সদানন্দ গগৈ ]          বয়সক আটায়ে ধৰি ৰাখিব বিচাৰে ৷ ইচ্ছা হয় সৱ যেন এনেকৈয়ে থাকি যাওক ! Eternal Youth বা চিৰযৌৱন – আটাইৰে কামনা৷ আজি পৃথিৱীৰ সকলো প্ৰান্তত anti ageing secrets বিচাৰি মানুহে হাবাথুৰি খাই ফুৰিছে ৷  Pharmaceutical Industry – এ আজি ধুমুহাৰ সৃষ্টি কৰিছে ৷  বিভিন্ন ধৰণৰ নিত্য-নতুন cosmetic products/capsule… Read more →

Fisheries Science: An emerging area for career building

      [ Writer: Dr RUPAM SHARMA ]    Fisheries Science: An emerging area for career building   Introduction : Fisheries Science, as the name suggests is an organized scientific effort which is related not only to fish but all other aquatic species. It is an academic discipline of managing and understanding fisheries. This is a multidisciplinary subject that includes Taxonomy, Biology… Read more →

বকুল

  [ লেখক: সাগৰ সৌৰভ ] মোৰ পিতাইৰ গাঁৱত এখন নদী আছিল পাক্–ঘূৰণি সোঁতৰ পৰা পাৰত উঠি আহিব খোজোঁতে উটি গ’লো ঢৌৰ বিঢৌত গতিত চহৰমুখী নৈৰ ইহকাল–পৰকাল নৈৰ বুকুতে ডুবি আছিল দূবৰিৰ নিয়ৰত কাঁচিজোন দুৰ্ভিক্ষত নুফুলিল সূৰুযমুখী বাৰীৰফালে ফেঁচাজনীৰ ‘নিউ’ ‘নিউ’ মাততো শুনি আইৰ সজল দুচকুত নাচি উঠে ধপধপনি এটা লুইতৰ বুকুফালি পিতাই গৈ আছিল নামনিৰ কমাৰশাললৈ পানীপোতাত মই চেঁকুৰিয়াই আছো… Read more →