Close Shot

পদ্মশ্ৰী জাহ্নু বৰুৱাৰ সৈতে কথা-বাৰ্তা

[ লেখক: ড০ স্তুতি ৰঞ্জিত কোঁৱৰ ] মোৰ এই লেখাৰ আৰম্ভণিতে যদি মই জাহ্নুদাৰ পৰিচয় দি পাতনি মেলোঁ, তেন্তে হয়তো মই ব্যক্তিগতভাৱে জাহ্নুদাক অলপ অপমান কৰা হ’ব ৷ কাৰণ এই কথা মই স্বীকাৰ কৰিবই লাগিব যে পদ্মশ্ৰী জাহ্নু বৰুৱা কোন সেয়া প্ৰত্যেকজন অসমীয়াই চিনি পোৱাতো উচিত বুলি মই ভাবোঁ ৷ জাহ্নুদা অকল অসমৰে নহয়, সমগ্ৰ বিশ্ববাসীৰে পৰিচিত, বিশ্ববাসীৰে গৌৰৱ ৷… Read more →