Short Story

অচিনাকী পেহাৰ কথাবোৰ

      [ Writer: HIRANYA DEKA ]   সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ’বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু… Read more →

শিক্ষা

[ লেখিকা: প্ৰীতি দেৱী বৰুৱা ] আবেলি চাহ্কাপ পৰিণীতা ফুকনে সদায় অকলেই খাবলগীয়া হয় ৷ কাৰণ গিৰীয়েক অৰৱিন্দ ফুকন অফিচৰপৰা দেৰিকৈ ওভতে ৷ পুত্ৰ আৰু জীয়াৰী উচ্চ শিক্ষাৰ বাবে দূৰৈত থাকে ৷ ঘৰৰ আগফালে ৰাস্তাৰ মানুহ চাই চাই চাহ খোৱাটো পৰিণীতা ফুকনৰ অভ্যাস ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ৷ অন্য দিনাৰ দৰে আজিও পৰিণীতাই হাতত চাহ কাপ লৈ বাৰাণ্ডাৰ চকীখনত… Read more →

শিৱসাগৰৰপৰা মুম্বাইলৈ

[ লেখিকা: ডলি শ্যাম ৱাইলুং ] একবিংশ শতাব্দী আৰম্ভ হ’বলৈ কেইটামান দিন আৰু বাকী আছিল ৷ ঘড়ীৰ টিক্ টিক্ শব্দবোৰে ছেকেণ্ডৰ পিছত মিনিট, ঘণ্টা, দিন পাৰ হ’বলৈ যেন আৰু বেছি সময় নল’লে ৷ হঠাৎ আহিছিল ২০০০ চনৰ ২৫ ডিচেম্বৰৰ দিনটো ৷ বৰদিন ৷  বিশ্বৰ চাৰিওফালে উলহ-মালহেৰে বৰদিন পালন কৰাৰ লগতে অসমতো চলিছে উছৱ উদযাপনৰ ধুম-ধাম ৷ পুৱাৰ বেলিটো যেন উদয়… Read more →